Show/Hide Keyboard Layout

কেতিয়াবা বেজাৰতে

- সতীশ দাস

কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ

কপালতে যেন হাত যোৱা বোলায় 

কপালতে যেন হাত যোৱা বোলায় 

কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ

কপালতে যেন হাত যোৱা বোলায় 

কপালতে যেন হাত যোৱা বোলায় ।

 

তুমিয়েই দেখোন মোৰ এই আই

তুমিয়েই দেখোন মোৰ এই আই

কান্দি কান্দি ভাগৰোঁতে

মৰমৰে দিছিলা শুৱাই

মৰমৰে দিছিলা শুৱাই ।

 

হয়তো আজি গাঁৱৰ পঁজাত

হয়তো আজি গাঁৱৰ পঁজাত

আছা বহি মোকে ধিয়াই

গোঁসাই ঘৰত বন্তি জ্বলাই

গোঁসাই ঘৰত বন্তি জ্বলাই

কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ

কপালতে যেন হাত যোৱা বোলায়

কপালতে যেন হাত যোৱা বোলায়

কপালতে যেন হাত যোৱা বোলায় ...

Hits: 1187